কাপুৰুষ - ৰাজীৱ দাস
সুদীৰ্ঘ পোন্ধৰ বছৰৰ পিছত ৰাজ ঘৰলৈ আহিছে।পোন্ধৰ বছৰে ঘৰৰ, গাঁৱৰ একো খৱৰেই পোৱা নাই।দিল্লীৰ পৰা ফ্লাইটত আহি গুৱাহাটীত এখন ব্যৱসায় সংক্ৰান্তীয় আলোচনাত ভাগ লৈ ট্ৰেইনেৰে নিজৰ জন্ম ঠাইলৈ আহিছে।ষ্টেচনৰ পৰা সিহঁতৰ গাৱঁলৈ চল্লিছ কিল'মিটাৰ…