About Us

 

ABOUT US 

আমাৰ Website এ নতুন নতুন কিছুমান তথ্যৰ ওপৰত কাম কৰি আহিছে। বিশেষকৈ অসমীয়া ভাষাৰ উন্নতিৰ ক্ষেত্ৰতো বিশেষভাৱে কাম কৰি আহিছে। নতুন নতুন খৱৰ, শিক্ষা বিষয়ক তথ্য, চিকিৎসা সেৱাৰ লগত জড়িত বিভিন্ন তথ্য,মনোৰঞ্জন দিব পৰা কিছুমাম তথ্য, সাহিত্য, অসমীয়া খৱৰ, সংগীত,অভিনয় জগতখনৰ লগত জড়িত তথ্য, অসমীয়া কবিতা,গল্প, প্ৰৱন্ধ,সাধু, অনুবাদ সাহিত্য আদিও প্ৰকাশ কৰি আহিছে।বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ লগত জড়িত তথ্যসমুহও ইয়াত প্ৰকাশ কৰা হয়। বৰ্তমান সময়ত ডিজিটেল মাধ্যমৰ জনপ্ৰিয়তাৰ লগে লগে সাহিত্যৰ ক্ষেত্ৰত ৱেবচাইট সমুহৰ প্ৰচাৰ আৰু প্ৰসাৰে নতুন মাত্ৰা লাভ কৰিছে। সাহিত্য, সমাজ-সংস্কৃতি আৰু নতুন প্ৰতিভা সৃষ্টিৰ লক্ষ্য কৰিয়েই আমাৰ ৱেবছাইটে বিভিন্ন ধৰনে কাম কৰি আহিছে।অনুগ্ৰহ কৰি আপোনালোকে আমাৰ Website টো আগবঢ়াই নিব বুলি আশা কৰিলোঁ।

Hello readers  .. Our website  always works on new new things and topics. We always tried to take Assamese language to a different level. We  post different types of news such as education related, health and fitness, medicine to literature, arts and culture, poem, stories, Assamese news, ...and we focus on topics related to the wonder of scince . This small try will never be successful without everyone's contribution... We hope everyone supports our team to go ahead and post regularly...  
J K Bharadwaj | J K Bharadwaj Biography | J K Bharadwaj Age
J K Bharadwaj
Editor/ Owner/ Publisher

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.