ৰচনা | Assamese Essay

অসমীয়া ৰচনা
ৰচনা,  ৰচনা লিখা নিয়ম, ৰচনা class 10 ৰচনা লিখা নিয়ম ৰচনা প্ৰিয় গ্ৰন্থ ৰচনা প্ৰবাহ pdf অসমীয়া ৰচনা কিতাপ ৰচনা পুথিভঁৰাল দশম শ্ৰেণীৰ অসমীয়া ৰচনা
ৰচনা লিখা নিয়ম
ৰচনা হ'ল সীমিত সময়ৰ আৰু সীমিত পৰিসৰৰ ভিতৰত গদ্যত লিখা চুটি প্ৰৱন্ধ। এখন ৰচনা এটি বিষয় নির্বাচন কৰি সেই বিষয়টিৰ ওপৰত লিখা হয়৷ পৰীক্ষাত লিখিবলৈ দিয়া প্ৰতিখন ৰচনাত আৰম্ভণি বা ভূমিকা, বিষয়টিৰ বিতং বৰ্ণনা আৰু সামৰণি এই তিনিটা প্রধান ভাগ থাকে। যিটো বিষয়ৰ ৰচনা লিখা হয় সেই বিষয়টোৰ বিভিন্ন শুদ্ধ তথ্য জনাৰ উপৰিও সম্যক জ্ঞান থকাৰ প্ৰয়োজন। ৰচনা লিখোঁতে বিষয়-বস্তু শৃঙ্খলাবদ্ধভাবে সজাই লিখিব লাগে। 
আৰম্ভণি অংশত ৰচনাৰ বিষয়টিৰ সম্পৰ্কত আভাস দিয়া হয়। আৰম্ভণি অংশটিত ৰচনাখনৰ বিষয়-বস্তু কেনে হ'ব তাৰ এটি সংক্ষিপ্ত ধাৰণা দিয়া উচিত।
মাজৰ অংশত মূলবিষয়টো বিতংভাৱে অথচ চমুকৈ বৰ্ণনা কৰা হয় ।
উদাহৰণ স্বৰূপে জীৱনীমূলক ৰচনাত এই অংশত জন্ম, শিক্ষা, সাহিত্য সংস্কৃতি, ৰাজনীতি, সমাজ আদিলৈ আগবঢ়োৱা অৱদানৰ এটি সম্যক অথচ স্পষ্ট ধাৰণা দিয়া হয়।


সামৰণি অংশত লেখকৰ নিজস্ব মতামত আগবঢ়াব লাগে। এই অংশত একোটা সিদ্ধান্তৰে ৰচনাৰ বিষয়বস্তুৰ সামৰণি মৰা হয় ।
ৰচনা লিখিবলৈ কিছুমান দিশৰ প্ৰতি লক্ষ্য কৰিব; যাক আমি বিশেষত্ব বুলি ক’ব পাৰোঁ৷ তলত সেই বিশেষত্ব বা নীতি-নিয়মসমূহ হ’ল-
১) নিৰ্বাচন,
২)বিষয়বস্তু সমন্ধে জ্ঞান আৰু তথ্য নিৰ্দেশ,
৩)ভাব, ভাষা আৰু প্ৰকাশভংগীৰ সংযোজন,
৪)মননশীলতা প্ৰয়োগ,
৫)যুক্তিনিষ্ঠতাৰ প্ৰকাশ আৰু
৬)সিদ্ধান্ত বা মতবাদৰ প্ৰয়োগ৷
ৰচনা class 10
ৰচনা লিখা নিয়ম
ৰচনা প্ৰিয় গ্ৰন্থ
ৰচনা প্ৰবাহ pdf
অসমীয়া ৰচনা কিতাপ
ৰচনা পুথিভঁৰাল
দশম শ্ৰেণীৰ অসমীয়া ৰচনা
স্বচ্ছতা ৰচনা
অসমীয়া ৰচনা hslc
ৰচনা বিহু
ৰচনা বিচিত্ৰা
মহামাৰী ৰচনা
অসমীয়া ৰচনা কৰোনা
ৰচনা সাৰথি
অসমৰ বানপানী ৰচনা pdf
বিদ্যালয় শিক্ষাত বানপানীৰ প্ৰভাৱ
অসমৰ বানপানী ২০১৭
অসমৰ প্ৰাকৃতিক দুৰ্যোগ ৰচনা
অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা
বানপানী বিষয়ে ৰচনা english
অসমীয়া ৰচনা pdf
বানপানী আৰু শিক্ষা
অসমৰ বানপানী ২০২০
বানপানী সাহায্য বিচাৰি আবেদন
অসমত বানপানী সৃষ্টি কৰা নদী
দশম শ্ৰেণীৰ অসমীয়া ৰচনা
বানপানী কাক বোলে
অসমৰ বানপানী ৰচনা উপকাৰ
ৰচনা বিজ্ঞানৰ অৱদান
বিজ্ঞানৰ অপকাৰ
দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা
কম্পিউটাৰ আৰু আধুনিক জীৱন ৰচনা
তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা
অবদান বাক্য ৰচনা
বিজ্ঞানৰ অৱদান উপকাৰ
ৰচনা বিচিত্ৰা
বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল
বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল
আধুনিক বিজ্ঞানৰ যুগ
দশম শ্ৰেণীৰ অসমীয়া ৰচনা
বিজ্ঞানৰ আৱিষ্কাৰ
বিজ্ঞানৰ কবিতা
ৰচনা মোৰ প্ৰিয় গ্ৰন্থ
মোৰ প্ৰিয় গ্ৰন্থ অগ্নিৰ ডেউকা
একবিংশ শতিকাৰ অসমীয়া গ্ৰন্থ ৰচনা
অসমীয়া ৰচনা pdf
মোৰ প্ৰিয় গ্ৰন্থ বুঢ়ী আইৰ সাধু
উমলি জামলি বাক্য ৰচনা
অসমীয়া ৰচনা পুথিভঁৰাল
প্ৰিয় গ্ৰন্থ ৰচনা মাকাম
মোৰ প্ৰিয় খেল ৰচনা
তোমাৰ প্ৰিয় সাহিত্যিক
মিৰি জীয়ৰী pdf download
অসমীয়া ৰচনা hslc
মোৰ জীৱনৰ লক্ষ্য ৰচনা
পিয় গন্থ
দশম শ্ৰেণীৰ অসমীয়া ৰচনা
ৰচনা লিখা নিয়ম
ৰচনা প্ৰিয় গ্ৰন্থ
অসমীয়া ৰচনা pdf
ৰচনা বিচিত্ৰা pdf
ৰচনা লিখা অসমৰ বানপানী
স্বচ্ছতা ৰচনা
ৰচনা পুথিভঁৰাল
দশম শ্ৰেণীৰ অসমীয়া ৰচনা
ৰচনা প্ৰবাহ কিতাপ
ৰচনা মোৰ জীৱনৰ লক্ষ্য
অসমীয়া ৰচনা বিহু
ৰচনা সাৰথি
ৰচনা অসমৰ প্ৰাকৃতিক দুৰ্যোগ
ৰচনা মহাত্মা গান্ধী
অসমীয়া ৰচনা hslc
ৰচনা লিখা নিয়ম

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now