কুৰুক্ষেত্ৰত ৰক্ত্বাৰিষা(An Assamse Story)- Chinmoy Das
খণ্ড ২ঃ শঙ্খৰ ধ্বনি অনন্তভাৱে যেন বিস্তৃত আছিল কুৰুক্ষেত্ৰলৈ যোৱা পথটো — মৃত্যুমুখী ভূমিৰ ওপৰেৰে এখন ৰঙা আঁচল। শ শ মানুহৰ সৈতে ছন্দ মিলাই খোজ বঢ়াই থকা আৰিভানৰ লগতে সকলোৰে ভৰিয়ে ঘাম আৰু নিস্তব্ধতা আঁকোৱালি লৈ ধূলিময় কৰি ডাৱৰ যেন সৃষ…