Magh bihu 2025 - Happy Bhogali bihu | Magh bihu - ভোগালী বিহুৰ শুভেচ্ছা

Happy Bhogali bihu 2025: Best Messages, Quotes, Status, Wishes and Images to share on Magh bihu, happy Bhogali bihu 2025 photo,happy Magh bihu wishes, Happy Bhogali bihu 2025 wishes in english, Happy Bhogali bihu image download, ভোগালী বিহুৰ শুভেচ্ছা 

Happy Magh Bihu 2025


Magh Bihu ( ভোগালী বিহু)

Tuesday, 14 January
Magh Bihu 2025 in Assam

Bhogali Bihu 2023 Wishes,
  • Type: Assamese Festival
  • Date: 14th January 2025
  • Magh Bihu WishesImage Quotes Status Shayari
  • Language: Assamese , English


Happy Magh bihu | ভোগালী বিহুৰ শুভেচ্ছা 

নিয়ৰ সৰা গধুলি মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি , চোৱা আহি পালে ভোগালি ।। ভোগালি বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলো ।।

 

উৰুকাৰ কাহিলি পুৱা হিমচেচা শীতৰ সেমেকা পৰিবেশত আপোনালৈ/আপোনাসবলৈ জনাইছো ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।

 

মাটি মাহৰ হাওদাৰে মিঠা আলুৰ পিঠাৰে বৰা চাউলৰ আঠাৰে জহা চাউলৰ সুগন্ধিৰে জীৱন ভোগালী হৈ পৰক *তাৰে কামনাৰে .. HAPPY BHOGALI BIHU . শুভ ভোগালী বিহু ।


সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো।

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে

মোৰ  তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি , শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে

আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । সকলোৰে আহি থকা দিন বোৰ সুখ ,সমৃদ্ধি ,শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে.. 


Happy Bhogali bihu | ভোগালী বিহুৰ শুভেচ্ছা 

সকলোকে ভোগালী বিহুৰ ওলগ জনালো আগতীয়াকৈ
ভোগালী বিহুৰ শুভেচ্ছাৰে
ভোগালী বিহু বতৰত মেজি ঘৰত পিঠা খোৱা পৰত তোমালৈ মাঘ বিহুৰ হিয়াভৰা শুভকামনা জনালো ।

সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক
আজি উৰুকাৰ এই পবিত্ৰ ক্ষণত সদৌটিলৈকে বাপতি-সাহন ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগে-ভাগে এসাঁজ খোৱাৰ সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহেৰে পাৰ হওঁক ভোগালীৰ উৰুকা।

সমূহ বন্ধু, বান্ধৱীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ


ভোগালী বিহুয়ে সকলোৰে জীৱন লৈ সূখ সমৃদ্ধি কঢ়িয়াই আনৰ লগতে ভাতৃত্ব বোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক আৰু মেজিৰ জুইকুৰাই যেন অপায়-অমংগল,হিংসা-বিদ্বেষ সকলোবোৰ পুৰি শেষ কৰি কঢ়িয়াই আনে অনাবিল আনন্দ… সেই শুভ কামনাৰে ভোগালী_বিহুৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা যাঁচিলো


মেজিৰ পৱিত্র জুইয়ে হৄদয় উমাল কৰি তোলক ; ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই জীৱন ৰঙীন কৰি তোলক ; ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে জীৱন সুখময় হওক তাৰেই কামনাৰে .


সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছো। ভোগালী বিহু যদিও ভোগৰ উছৱ,ইয়াৰ অন্তৰ্নিহিত গুৰুত্ব ব্যাপক আৰু অপৰিসীম। বাপতিসাহোন এই বিহুৱে জাতিটোক একতাৰ ডোলেৰে বান্ধি অধিক শক্তিশালী ৰূপত থিয় কৰায় আৰু সেয়ে বৰ্তমানৰ এই জটিল সন্ধিক্ষণত এইবেলিৰ বিহু যেন অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। সমাজৰ যত অসূয়া-অপ্ৰীতি,হিংসা-বিদ্বেষ আছে সকলোবোৰ মেজিৰ জুইত জাহ যাওঁক আৰু সকলোৰে জীৱনবোৰ সুখ,সমৃদ্ধি তথা স্বাচ্ছন্দ্যৰে ভৰি পৰক। 


Let this Bihu give you the strength to do all that you dreamed to do during last year but didn’t dare to do.

Happy Bohag Bihu & Happy Rongali Bihu


Let us vow to take life in our stride this Bihu and make it tolerable as well as beautiful by accepting sorrow and happiness with sanity.

Happy Bohag Bihu & Happy Rongali Bihu 


Happy Bhogali bihu images 

 

Magh Bihu - Bhogali Bihu image

Happy Bhogali Bihu

Happy Magh Bihu 2025



FAQs about Bhogali Bihu or Magh Bihu

When did Magh month start?

Magh month or Magha masam or Magh mahina is the 11th month in traditional Hindu calendar of India. In 2025, Magh month starts on January 14

মাঘ বিহু 2025 ভোগালী বিহু 2025 ভোগালী বিহুৰ ছবি 

মাঘ মাহ কাতি মাহবহাগ বিহুৰ বিষয়ে ৰচনা বহাগ বিহুৰ বিষয়ে ৰচনা জেং বিহু কি বিহু ৰচনা pdf মাঘ বিহুৰ পিঠা মাঘ বিহুৰ শুভেচ্ছা ৰাতি বিহু গছ বিহু Magh Bihu specialist Magh Bihu in Hindi Magh Bihu essay Magh Bihu Wikipedia Bhogali Bihu 2025 Kati Bihu date 2025 Kati Bihu 2025 Importance of Magh Bihu How is Bhogali Bihu celebrated in Assam class 12 Magh bihu festival which tree 

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now