কাতি বিহু - Kati Bihu | Kati Bihu 2023

কাতি বিহু (Kati Bihu 2023)

Tuesday, 18 October

হিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু এদিনীয়াকৈ পালন কৰা হয়। এই সময়চোৱা অসমৰ কৃষিজীৱি সমাজৰ অনাটনৰ সময়। অধিকাংশ কৃষকৰে ভঁৰালত ধানমুঠি নোহোৱা হয়। বাৰীত শাক-পাচলিবো নাটনিৰ দিন। সেয়েহে এই বিহুক কঙালী বিহু বোলে। এই সময়তে পথাৰৰ ধান শস্য-সম্ভৱা হৈ পৰে। কাতি বিহুৰ দিনা ভঁৰাল, পথাৰ সকলোতে চাকি জ্বলাই ধান মুঠিৰ অধিক উৎপাদন কামনা কৰে। পথাৰত চাকি জ্বলোৱাৰ এক বিজ্ঞানসন্মত কাৰণ আছে। আহিন-কাতি মাহত চৰহা পোক বৰ বেছি হয়। পথাৰ, ঘৰে ঘৰে চাকি জ্বলোৱাৰ ফলত ৰাতি প্রজ্বলিত চাকিব শিখাত পৰি কিছু হ’লৈও চৰহা পোকৰ মৃত্যু হৈ কৃষকক ৰক্ষা কৰে। সংক্ৰান্তিৰ দিনা প্রতিঘৰ অসমীয়া মানুহৰ ঘৰতে চোতালত তুলসীৰ ভেটি সাজি তুলসী বোৱে আৰু গধুলি সৰু সৰু ল'ৰা ছোৱালীবোৰে প্ৰসাদ আগবঢ়াই প্রার্থনা জনায়। এয়া বিভিন্ন ঔষধি গুণেৰে পৰিপুষ্ট তুলসী গছ একোজোপা প্রতি ঘৰ মানুহৰ ঘৰত ৰোপন কৰাৰ এক দূৰদৰ্শী সংস্কৃতিপূর্ণ ব্যৱস্থা।

কাতিবিহুত শুভেচ্ছা বাণী- 

সকলোলৈকে বাপতিসাহোন কাতিবিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ 

সোনগুটি ধাননিয়ে যেন কৃষকৰ মনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে তাৰে, তাৰেই কামনা কৰিলোঁ। 

কাতিৰ কঙালৰ লখিমী তুমি, 

শাওনৰ আশাৰ আঘোণ তুমি,

তুলসীৰ তলে মৃগ পহু চৰে,

তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে। 

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈকে কঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। 
কাতি বিহু ২০২১  কাতি বিহু 2021  কাতি বিহু 2021  কাতি বিহুৰ ছবি কাতি মাহ  Kati Bihu specialist  Kati Bihu in Hindi  Kati Bihu essay Kati Bihu Wikipedia, কাতিবিহুত শুভেচ্ছা বাণী
কাতি বিহু
কাতি বিহু ২০২১  কাতি বিহু 2021  কাতি বিহু 2021  কাতি বিহুৰ ছবি কাতি মাহ  Kati Bihu specialist  Kati Bihu in Hindi  Kati Bihu essay Kati Bihu Wikipedia, কাতিবিহুত শুভেচ্ছা বাণী
কাতি বিহু - Kati Bihu

About Kati Bihu

Kati Bihu, also known as Kongali Bihu, is a harvest festival celebrated in the Indian state of Assam. It is the second of the three Bihu festivals celebrated in Assam, the other two being Rongali Bihu and Bhogali Bihu. Kati Bihu is celebrated on the first day of the month of Kati in the Assamese calendar, which usually falls in the month of October.


Kati Bihu is a somber festival, as it marks the beginning of the lean season in Assam. The rice crop has been harvested, but the new crop has not yet been planted. As a result, food is scarce during this time of year.


Despite the scarcity of food, Kati Bihu is a time for celebration and thanksgiving. Assamese people thank God for the harvest and pray for a good year ahead. They also clean their homes and prepare for the upcoming Rongali Bihu festival.


One of the most important rituals of Kati Bihu is the lighting of lamps. Oil lamps are lit in every house and in public places. The lamps are believed to ward off evil spirits and bring good luck.


Another important ritual of Kati Bihu is the worship of Goddess Lakshmi. Goddess Lakshmi is the Hindu goddess of wealth and prosperity. Assamese people pray to Goddess Lakshmi for a prosperous year ahead.


Kati Bihu is also a time for feasting and merrymaking. Assamese people prepare special dishes for the festival, such as pitha (rice cakes), khar (a sour curry made with fermented fish), and aloo pitika (mashed potatoes).


Kati Bihu is a unique and important festival for the Assamese people. It is a time to celebrate the harvest, to thank God for the blessings of the past year, and to pray for a good year ahead.


In addition to the rituals mentioned above, Kati Bihu is also celebrated with traditional Assamese songs and dances. People also visit family and friends during this time of year.


Kati Bihu is a time for reflection and introspection. It is a time to be grateful for the blessings that we have, and to pray for a better future.

Article tags: কাতি বিহু ২০২২  কাতি বিহু 2023 কাতি বিহু 2023  কাতি বিহুৰ ছবি 

কাতি মাহ  কাতি মাহবহাগ বিহুৰ বিষয়ে ৰচনা  বহাগ বিহুৰ বিষয়ে ৰচনা জেং বিহু কি  বিহু ৰচনা pdf  মাঘ বিহুৰ পিঠা  কঙালী বিহুৰ শুভেচ্ছা  ৰাতি বিহু  গছ বিহু  Kati Bihu specialist  Kati Bihu in Hindi  Kati Bihu essay Kati Bihu Wikipedia Kati Bihu 2023 Kati Bihu date 2023 Kati Bihu 2023 Importance of Kati Bihu  How is Kati Bihu celebrated in Assam class 12  Kati bihu festival which tree

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now