Assamese Status | 1000+ অসমীয়া ষ্টেটাছ Assamese Status- Status in Assamese

Assamese Whatsapp Status  Assamese status video  Life assamese status  Niribili Assamese status  Assamese status 2021  Image of Assamese status  attitude  Assamese status attitude  Image of Assamese Status sad  Assamese Status sad   Assamese status image অসমীয়া ডাইলগ স্বাৰ্থপৰ status  জীৱনৰ আৱেগিক status  অসমীয়া caption smile  অসমীয়া প্ৰেমৰ status Assamese Status | Assamese Quotes | Assamese Caption For Life | Assamese Quotes | Assamese Caption

Assamese Status | 1000+ অসমীয়া ষ্টেটাছ Assamese Status- Status in Assamese

  • মই অকলশৰীয়া কিয় হম , ১০ মাহ ১০ দিন গৰ্ভধাৰণ কৰি মোক জন্ম দিয়া "মা" এতিয়াও মোৰ কাষত আছে। 
  • মোৰ সকলো বন্ধু বান্ধৱী তোমাৰ দৰে মা বিচাৰে। মই বহুত সুখী তুমি যে কেৱল মোৰ মা।
  • মোৰ বাবে জীৱনৰ সকলো ত্যাগ কৰিব পৰা একমাত্ৰ ব্যক্তি হল মোৰ অতিকৈ চেনেহৰ আই।
  • সকলো পৰিস্থিতিত সাহসেৰে সন্মুখীন হবলৈ তোমাৰ পৰাই শিকিছো মা।
  • মা হৈছে একমাত্ৰ ব্যক্তি যি তোমাৰ বাবে হাজাৰটা উজাগৰী নিশা কটাইছে আৰু হাজাৰটা উজাগৰী নিশা কটাবলৈ সকলো সময়তে সাজু আছে।
  • সফলতা এদিনত পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলেই এদিন নহয় এদিন নিশ্চয় পোৱা যায় ।
  • যিমানেই JIO নাথাকক কিয় ? AIRCEL ৰ সেই ৯টকাৰ SMS PACK ৰে আৰম্ভ হোৱা প্ৰেমৰ অনুভূতি বিলাকেই বেলেগ আছিল ।
  • এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই ।
  • তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব ।
  • উশাস হৈ সোমাইছিলা শৰীৰত অজানিতে, তেজ হৈ বিয়পি পৰিলা লাহে লাহে ।
  • জীৱনে বহু কথাই শিকালে, কিন্তু আজিলৈকে জীৱনত মানুহক চিনিপাবলৈ নিশিকিলো ।
  • আনৰ সুখৰ কাৰণ হওক কিন্তু অংশীদাৰ নহব, আনৰ দুখৰ অংশীদাৰ হওক, কিন্তু কেতিয়াও কাৰণ নহব ।
  • মই আচলতে অহংকাৰী নহয় কেৱল মাথো সেই মানুহবোৰৰ পৰা আঁতৰি আহো যাৰ বাবে মই গুৰুত্বহীন ।
  • দিনৰ পোহৰত নহয় ৰাতিৰ আন্ধাৰত নাৰীক সন্মান কৰিব শিকক ।
  • আগতে মানুহৰ ঘৰবোৰ সৰু আছিল, মনবোৰ ডাঙৰ আছিল, কিন্তু আজিকালি মানুহৰ ঘৰবোৰ ডাঙৰ যদিও মনবোৰ সৰু হৈ গৈছে ।
  • তেওঁৰ অনুপস্থিতিত উকা মোৰ দিন, ৰাতি প্ৰতিটো সন্ধ্যা বৰ কষ্ট, বৰ কষ্টৰে পাৰ কৰিছো মিনিটৰ পাছত মিনিট কিম্বা দিনৰ পাছত বছৰ ।
  • প্ৰায় প্ৰতিজনৰে মোবাইলত এনেকুৱা এটা নম্বৰ থাকে ,যিটো Delete কৰিবলৈ মন নাযায় আৰু যিটোত ফোন কৰাৰো অধিকাৰ হেৰাই যায় ।
  • হাজাৰ হাজাৰ লাইকতকৈ তোমাৰ এটি Love React অতি মূল্যৱান ।
  • তুমি মোৰ First Love নাছিলা, কিন্তু মই কথা দিলোঁ তুমিয়ে মোৰ Last Love থাকিবা ।
  • মোৰ HEARTBEAT বঢ়াবৰ বাবে তোমাৰ নামটোৱেই যথেষ্ট ।
  • আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল, তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ ।
  • সম্পৰ্কৰ নাম যিয়েই নহওঁক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা ।
  • তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা,তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে ।
  • সঁচাকৈ তেতিয়া মই বহুত সুখী হৈছিলোঁ, যেতিয়া তাই কৈছিল OPTION বহুত আছে কিন্তু DECISION মাথো তুমিয়েই ।
  • পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ । কিন্তু এটা কথা মনত ৰাখিব তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী ।
  • সৎ পথে ভ্ৰমণ কৰিবা, যদিও হয় বা দেৰি ৷ অসৎ নাৰীক কেতিয়াও বিয়া নকৰিবা যদিও তেওঁ হয় বা পৰী ।
  • ক্ষমা হাজাৰ বাৰ কৰিবা কিন্তু বিশ্বাস সদায় এবাৰেই কৰিবা, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হলেও চৰিত্ৰ কেতিয়াও সলনি নহয় ।
  • তোমাক ভালপোৱাৰ দায়িত্ব মোৰ আৰু মোৰ অভিমান ভঙাৰ দায়িত্ব তোমাৰ ।
  • জীৱনত সুখী হবলৈ মোক বিশেষ একো নালাগে, মা দেউতাক সুখেৰে ৰাখিবলৈ হাতত এটা সৰু চাকৰি আৰু সদায় সাহস দিবলৈ কাষত তুমি ।
  • প্ৰকৃত ভালপোৱাত আৱেগ আৰু বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয় ।
  • সপোন প্ৰত্যেকে দেখে কিন্তু সপোনবোৰ পূৰণ কৰা ভাগ্য প্ৰত্যেকৰ নাথাকে ।
  • কেতিয়াবা কিছুমান মুহূৰ্তত নিজৰ ভুল নাথাকিলেও আগবাঢ়ি গৈ নিজেই ক্ষমা খোজাটো জ্ঞানী মানুহৰ পৰিচয় ।
  • সম্পৰ্কৰবোৰ আৰম্ভ হবলৈ বহু সময় লাগে কিন্তু ভাঙিবলৈ এক ছেকেণ্ড নালাগে ।
  • যিয়েই আপোনাৰ প্ৰেমক গুৰুত্ব নিদিয়ে , তেওঁ আপোনাৰ ভালপোৱাৰ যোগ্যই নহয় ।
  • ভাল কিতাপক আৰু ভাল মানুহক সকলোৱে সহজতে বুজি নাপায় ।
  • জীৱনত অহা বেছি ভাগ মানুহেই অস্থায়ী কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে ।
  • নিজকে খুব অৱহেলিত অনুভৱ হয়, যেতিয়া দিনটোৰ ব্যস্ততাৰ পিছতো ৰাতি তোমাৰ এঘণ্টাৰ টোপনিৰ আগত মোৰ দিনটোৰ অপেক্ষা পৰাজিত হয় ।
  • ৰূপ বেয়া হলেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি , কিন্তু চৰিত্ৰ বেয়া হলে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি ।
  • আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয় ।
  • " I Hate You " বুলি গাৰ সমস্ত জোৰেৰে হাজাৰ বাৰ চিঞঁৰি কলেও হৃদয়খনে নামানে তোমাক যে মই ঘিণ কৰোঁ ।
  • শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই , কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত ।
  • তিনিটা বস্তু জীৱনত কেৱল এবাৰহে পোৱা যায় - পিতৃ, মাতৃ আৰু যৌৱন । তিনিটা বস্তুৱে কাকো অপেক্ষা নকৰে - জন্ম, মৃত্যু আৰু সময় ।
  • হাঁহিবলৈ টকা-পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়োপায় ।
  • নিজকে খুব অৱহেলিত অনুভৱ হয়, যেতিয়া দিনটোৰ ব্যস্ততাৰ পিছতো ৰাতি তোমাৰ এঘণ্টাৰ টোপনিৰ আগত মোৰ দিনটোৰ অপেক্ষা পৰাজিত হয় ।
  • মোক বেছিকৈ একো নালাগে মই মোৰ মা-দেউতাক সুখী কৰিব পৰাকৈ কিবা এটা কৰিব পাৰিলে মই তাতে সন্তুষ্ট ।
  • নালাগে যথেষ্ট ধন সম্পদ, নালাগে এই নিষ্ঠুৰ যৌৱন, পাৰিলে মোক উভতাই দিয়া সেই সোণোৱালী শৈশৱ।
  • আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওঁক কিয় জীৱনৰ সঠিক আনন্দ লবলৈ হলে, মানসিক অৱস্থা ভাল হব লাগিব ।
  • Maturity মানে হল ভালে নাথাকিলেও ভালে আছোঁ বুলি সদায় মিছা কোৱা ।
  • এজন মহান ব্যক্তি ক চিনিব পৰা যায় সাধাৰণ মানুহৰ সৈতে কৰা তেওঁৰ ব্যৱহাৰ চাই ।
  • কৰোবাক যদি তুমি অকণমানো মনত সুখ দিব নোৱাৰা, তেন্তে কাৰো অন্তৰত দুখ দিয়াৰ অধিকাৰো তোমাৰ নাই ।
  • সুন্দৰ সেই হাতখন যি হাতেৰে আনৰ বিপদত হাত আগবঢ়াব পাৰে ।
  • সৰু মনেৰে কেতিয়াও ডাঙৰ হব নোৱাৰা আৰু ভগা মনেৰে কোনোদিনে থিয় দিব নোৱাৰা ।
  • প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো সাহস থাকিব লাগিব
  • ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়, ভালপোৱা হল দুই আত্মাৰ মহামিলন ।
  • অনুভূতিবোৰ আগৰ দৰেই আছে তুমি সলনি হৈ গলা, সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল ।
  • তোমাক বিচাৰিলেও নাপাওঁ বুলি জানোঁ তথাপিও তোমাৰ হোৱাৰ সপোন দেখো, কিয় জানানে?কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই লব নিশিকিলো ।
  • এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে ।
  • সময়ে বান্ধি দিয়া মৰমৰ সম্পৰ্কবোৰ সময়েই ছিগি ভাগি থৈ গুচি যায় ।
  • তুমি মোৰ নামটো জানা, মোৰ কাহিনী নাজানা, তুমি মোৰ হাঁহিবোৰ দেখা, দুখবোৰ দেখি নোপোৱা, তুমি মোৰ ওঁঠদুটিক পঢ়িব পাৰিব মনটোক নোৱাৰা ।
  • সফল মানুহৰ মুখৰিত সদায় দুটা বস্তু দেখিবলৈ পোৱা যায়, এটা হৈছে "হাঁহি" আনটো "মৌনতা" ।
  • সঁচা ভালপোৱা সেইয়াহে যেতিয়া দুয়োজনৰে মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে ।
  • যদি তুমি সপোন দেখিব পাৰিছে তেন্তে সেই সপোন ফলিয়াবও পাৰিবা ।
  • সুখত নহয়, মই দুখতেই সুখী, সুখবোৰ তেওঁকে দিয়া ভগৱান যাক মই নিজতকৈও বেছি ভালপাওঁ ।
  • এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই, কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে আৰু যিয়েই চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে ।এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই, কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে আৰু যিয়েই চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে ।
  • সুযোগৰ অপেক্ষাত থকা মানুহবোৰ সাধাৰণ হয় কিন্তু অসাধাৰণ ব্যক্তিবোৰ নিজে সুযোগ গঢ়ি তোলে ।
  • সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,অভিমানবৰ শব্দৰে হব লাঘৱ হৃদয়ৰ পৰা নহয় ।
  • জীৱনত ঘাট প্ৰতিঘাত বোৰে আমাক শিক্ষাহে দিয়ে, বেয়া পৰা আঁতৰি আহিবলৈ বেয়া মানুহৰ পৰা দূৰত থাকিবলৈ ।
  • থমকি নৰবা, তুমি যিমান ভাবা, জীৱনটো তাতকৈ বহু বেছি গতিৰে আগুৱাই গৈ আছে।
  • এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই ।
  • সপোন এটাক কল্পনা কৰিবলৈ বহুত সহজ কিন্তু সপোনটোক বাস্তৱ ৰূপ দিবলৈ বহুত টান ।
  • কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ, কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি থকাটো বহুত কঠিন ।
  • কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মতেহে আমাক অধিক শিকাই ।
  • অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয় ।
  • চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত, কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ ভাড়াতীয়া বুলি ।
  • দুখ তেতিয়াই লাহে যেতিয়া দুইজন Online থাকো অথচ ইজনে সিজনক Message নকৰো । যত কল্পনা শেষ তাৰ পৰাই বাস্তৱতাৰ আৰম্ভণী
  • এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলাই ।
  • তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব ।
  • জীৱনৰ সৰু সৰু সুখবৰ সেইজনহে ভালকৈ উপভোগ কৰিব পাৰে যিজনে জীৱনৰ দুখবোৰ গ্ৰহণ কৰে আৰু সহ্য কৰে ।
  • ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে ।
  • বৰষুণ আৰু প্ৰেম একেই ; বৰষুণত শৰীৰটো সেমেকে আৰু প্ৰেমত দুচকু সেমেকে ।
  • প্ৰয়োজন শেষ হল বুলিয়েই মোক পাহৰি নাযাবা, দীঘলীয়া জীৱনত পুনৰবাৰ মোৰ প্ৰয়োজন হবও পাৰে
  • প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায় ।
  • প্ৰেম, কেতিয়াও সন্দেহ হব নোৱাৰে, সন্দেহ তো তুমি মোক বা মই তোমাক কৰোঁ ।
  • ফেচবুকত ৰিলেচনশ্বিপ দিয়া প্ৰেমিকা নালাগে মোক, "ঘৰত নিদিলে পলাই গুচি যাম" বুলি কোৱা এগৰাকীহে লাগে ।
  • শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে, মন উতলা কৰে ।
  • তোমাৰ Message আহিলে মাথোঁ মোৰ মোবাইল Vibrate নহয়, মোৰ হৃদয়খনো Vibrate হয় ।
  • যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত ।
  • এবাৰ মোৰ মনৰ কিতাপখন খুলি চোৱা, প্ৰথমৰ পৰা শেষ পৃষ্ঠলৈকে মাথো তোমাৰ আৰু মোৰ প্ৰেমৰ স্মৃতিবোৰেই পাবা ।
  • অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা ।
  • বহুতো কব নোৱাৰা কথাবোৰো প্ৰকাশ কৰা যায় প্ৰেম ভালপোৱা বোৰে আৰম্ভ হয় এটা Emoji পৰাই ।
  • কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে ।
  • কাৰোবাক ভালপোৱা মানে বিবাহ নহয়, ভালপোৱা মানে এজনে আনজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাস ।
  • ইতিহাস সাক্ষী আছে,যাক বেছি ভালপোৱা যায়, সি মাত্র তোমাৰ স্মৃতি হৈ থাকিব, সংগী হৈ নহয়।

জীৱনৰ আৱেগিক status

  • তোমাক বিচাৰিলেও নাপাওঁ বুলি জানোঁ তথাপিও তোমাৰ হোৱাৰ সপোন দেখো, কিয় জানানে?কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই লব নিশিকিলো ।
  • এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে ।
  • সময়ে বান্ধি দিয়া মৰমৰ সম্পৰ্কবোৰ সময়েই ছিগি ভাগি থৈ গুচি যায় ।
  • তুমি মোৰ নামটো জানা, মোৰ কাহিনী নাজানা, তুমি মোৰ হাঁহিবোৰ দেখা, দুখবোৰ দেখি নোপোৱা, তুমি মোৰ ওঁঠদুটিক পঢ়িব পাৰিব মনটোক নোৱাৰা ।
  • সফল মানুহৰ মুখৰিত সদায় দুটা বস্তু দেখিবলৈ পোৱা যায়, এটা হৈছে "হাঁহি" আনটো "মৌনতা" ।
  • সঁচা ভালপোৱা সেইয়াহে যেতিয়া দুয়োজনৰে মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে ।
  • হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো...চাল্লা, এই পাগলে পাহৰি গলো, ভাগ্য হেনো বিধাতাইহে লিখে। পামনে মই নে মই পাম তোমাক?
  • মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা...তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।
  • তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা...মই সুখৰ বাবে তোমাৰ সন্ধান কৰো
  • আৰু কি বৰ্বাদ কৰিব তেওঁ মোক...ছাই হ‌ও মই, জ্বলালেও জ্বলি নাযাওঁ।
  • কলিজাটো তোমাৰ ফালে সদায় হালে অলপ। ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।
  • প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ উভতি যাব।

Article tags:  Assamese Whatsapp Status  Assamese status video  Life assamese status  Niribili Assamese status  Assamese status 2021  Image of Assamese status  attitude  Assamese status attitude  Image of Assamese Status sad  Assamese Status sad 

Assamese status image অসমীয়া ডাইলগ স্বাৰ্থপৰ status  জীৱনৰ আৱেগিক status  অসমীয়া caption smile  অসমীয়া প্ৰেমৰ status Assamese Status | Assamese Quotes | Assamese Caption For Life | Assamese Quotes | Assamese Caption

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now