যদি আপুনি ১৮ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তি তেনেহ'লে এতিয়াই আপুনি পঞ্জীয়ন কৰক ক'ভিড প্ৰতিষেধকৰ বাবে.

ক'ৰোনা! সমগ্ৰ বিশ্বত  আতংকৰ সৃষ্টি কৰা এই মহামাৰী বিধে কিদৰে মানুহৰ জীৱনধাৰনত বহুখিনি সালসলনি ঘটালে সেইয়া সকলোৱে জ্ঞাত। ২০১৯ চনৰ শেষৰ ফালে  চীনৰ ওহান চহৰত প্ৰথম আৰম্ভ হোৱা এই ভাইৰাচবিধে বৰ্তমান কিদৰে সমগ্ৰ বিশ্বত হাহাকাৰ সৃষ্টি কৰিছে, কিদৰে এতিয়া সমগ্ৰ বিশ্বৰ জনগনক বিভিন্ন ক্ষেত্ৰত সচেতন কৰি তুলিছে সেইয়া আমি সকলোৱে জানো। ২০২০ চনৰ ২৪ মাৰ্চৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষত ল'কডাৱন ঘোষনা কৰে। প্ৰায় ৭ মাহ এই ল'কডাৱনৰ পিছত আকৌ লাহে লাহে বন্ধ সমূহ খুলিবলৈ লয়। তাৰ পিছত ২০২১ চনত ল'কডাৱনৰ প্ৰভাৱ একেবাৰে পৰা দেখা নগৈছিল যদিও বৰ্তমান আকৌ ভাৰতবৰ্ষৰ ক'ৰোনাৰ পৰিস্থিতি ক্ৰমান্বয়ে অৱনমিত হ'ব ধৰিছে।

       এনেকুৱা পৰিস্থিতিত আমি সদায় সাহসেৰে মোকাবিলা কৰি ক'ভিডৰ পৰা হাত সৰাটোৱেই হৈছে আমাৰ প্ৰধান উদ্দেশ্য। যিহেতু ভাৰত চৰকাৰ তথা অসম চৰকাৰে ক'ভিডৰ বাবে কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে। গতিকে আমি সকলোৱে সেইবোৰ মানি চলাতো অতিকৈ প্ৰয়োজনীয় বিষয়। এতিয়া অৱশ্যে ক'ভিডৰ প্ৰতিষেধক মুকলি হ'ল। গতিকে আমি সকলোৱে বিনা সংকোচেৰে কভিডৰ প্ৰতিষেধক গ্ৰহণ কৰাটো অতি জৰুৰী। যদি আপুনি ১৮ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তি তেনেহ'লে এতিয়াই আপুনি পঞ্জীয়ন কৰক ক'ভিড প্ৰতিষেধকৰ বাবে।

Vacancies registration in cowin app . covid 19 vaccine registration for 18+


বিৱৰনঃ

২৮ এপ্ৰিল ২০২১ ৰ পৰা পঞ্জীয়ন কাৰ্যসূচী আৰম্ভ।

  • পঞ্জীয়ন কৰিবৰ বাবে- ক'ৱিন এপ- cowin.gov.in
  • অথবা আৰোগ্য সেতু এপ - aarogyasetu.gov.in ব্যৱহাৰ কৰক।

পঞ্জীয়ন কৰিবৰ বাবে প্ৰয়োজনীয় সমলঃ

  • ম'বাইল নম্বৰ আৰু আধাৰ নম্বৰ অথবা অইন যিকোনো পৰিচয় পত্ৰ ।
  • সমীপৰ প্ৰতিষেধক বাচনি কৰক।
  • প্ৰতিষেধক গ্ৰহণৰ তাৰিখ নিৰ্বাচন কৰক।
  • প্ৰতিষেধক গ্ৰহণেৰে স্বাস্থ্যজনিত নিৰাপত্তা লাভ কৰক। 
    aarogyasetu.gov.in 

সুৰক্ষিত হৈ থাকক আৰু আনকো সুৰক্ষিত কৰি ৰাখক।


Related searches

  • www.covid assam
  • Covid-19 Assam Result
  • covid-19 test results online assam
  • covid-19 assam gov in
  • Corona positive in Assam today
  • covid-19 test report in assam
  • assam covid-19 test result
  • govt of assam guidelines on covid-19
  • New COVID guidelines in Assam
  • govt of assam guidelines on covid-19
  • assam government schemes for covid-19
  • assam govt notification on covid-19
  • covid-19 guidelines in assam
  • covid-19 assam gov in
  • covid19.assam.gov.in pass
  • covid-19 essay in assamese pdf

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now