CBSE ৰ দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষা বাতিল। CBSE cancels class 10 exams, postpones class 12 exams.

Official Notice :
CBSE Class 10th Board Exams Canceled, 12th Postponed.

ক'ভিড পৰিস্থিতিৰ বাবে দেশৰ বিদ্যালয়- মহাবিদ্যালয়সমূহ বন্ধ থকাৰ পৰিপেক্ষিতত বিদ্যালয় মহাবিদ্যালয়সমুহত পাঠদান কাৰ্যসূচীও স্থগিত হৈ আছিল। সেইবাবে চুড়ান্ত পৰীক্ষাসমুহো অনুষ্ঠিত হওতে কিছু পলম হৈছিল। তাৰ পিছত যেতিয়া কভিড পৰিস্থিতি কিছু উন্নত হ'ল তেতিয়া শিক্ষাব'ৰ্ডসমুহে পৰীক্ষাসমুহৰ তাৰিখ পুনৰবাৰ ঘোষনা কৰিছিল। কিন্তু এতিয়া আকৌ ক'ভিড পৰিস্থিতি অৱনমিত হৈছে যাৰ ফলত দেশত ক'ভিড আক্ৰান্তৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেইবাবে দেশত বিভিন্ন ঠাইত কভি'ডৰ কিছুমান নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।
     কভি'ড পৰিস্থিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় শিক্ষাসংস্থা CBSE এ দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষা বাতিল ঘোষনা কৰে আৰু দ্বাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত হোৱা এখন বৈঠকৰ পিছত ব'ডে এই সিদ্ধান্ত গ্ৰহণ কৰে। 

CBSE postpones class 12 exams, cancels class 10 exams.
CBSE ৰ দ্বাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাৰ বিষয়ে তেওঁলোকে ১ জুন তাৰিখে আকৌ ঘোষনা কৰিব আৰু তাৰ পিছত তাৰিখ ঘোষনা কৰা হ'ব।
      CBSE ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে ব'ৰ্ডে ফলাফল সমুহ তেওঁলোকৰ বিশেষ আচনী উদ্দেশ্য মানদণ্ডৰ আধাৰত ঘোষনা কৰা হ'ব। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে এই ফলাফলৰ দ্বাৰা সন্তোষ্ট নহয় তেন্তে পৰৰ্ৱতি সময়ত আকৌ তেওঁলোকক পৰীক্ষা দিবলৈ সুযোগ প্ৰদান কৰা হ'ব। যেতিয়া পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এটা অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব।
Latest News of CBSE
        এইকেদিনত কভিড পৰিস্থিতিৰ বাবে পৰীক্ষাসমুহ স্থগিত কৰিবলৈ যি ধৰণৰ হেচা প্ৰয়োগ কৰা দেখা গৈছিল তাৰ পৰিপেক্ষীতত শিক্ষা মন্ত্ৰ্যালয় আৰু CBSE ৰ মাজত হোৱা বৈঠকৰ পিছত এই সিদ্ধান্তত উপনীত হয়। এই সিদ্ধান্ত কেৱল CBSE ব'ৰ্ডৰ বাবেহে গ্ৰহণ কৰা হৈছে বাকী ৰাজ্য সমূহত থকা ব'ৰ্ড সমুহে নিজাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।

CBSE Class 10th Board Exams Canceled, 12th Postponed.

CBSE postpones class 12 exams, cancels class 10 exams.

People also ask

  • Is 12th exams Cancelled 2021?
  • Will 12th Boards 2021 be postponed?
  • Will boards get Cancelled?
  • What is the latest news of CBSE?

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now