Jonack Assam E- Magazine, Durga Puja Special - October, 2022

Jonack Assam- জোনাক অসম E Magazine 

Jonack Assam E- Magazine, Durga Puja Special - October, 2022 , Jonack Assam- জোনাক অসম E Magazine


প্ৰথমে জোনাক অসমৰ সকলো শুভাকাংক্ষী, লেখক-লেখিকা, পঢ়ুৱৈ সমাজলৈ অলেখ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ সহায়- সহযোগিতাৰ বাবেই জোনাক অসমৰ তৰফৰ পৰা যি জোনাক অসম নামৰ আলোচনী প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেইয়া সম্ভৱ হৈ উঠিছে। আপোনালোকে আমাৰ অক্টোবৰ, ২০২১ ত প্ৰথম পোৱা এই আলোচনীখনৰ প্ৰথম সংখ্যাৰ জোনাক অসমক ইমান বেছি মৰমেৰে আকোঁ‌ৱালি ল'লে যে তাৰ পাছত আমি দ্বিতীয় বছৰৰ অৰ্থাৎ ২০২২ চনৰ শাৰদীয় বিশেষ আলোচনীখন সজাই তুলিব পাৰিছোঁ। তাৰ বাবে আমাৰ ওচৰত আপোনালোকক ধন্যবাদ দিবলৈ ভাষা নাই। আমৰ এই ক্ষুদ্ৰ প্ৰয়াসে কিমান দূৰ সফলতা লাভ কৰিব সেইটো নাজানো কিন্তু আপোনালোকৰ সহায়-সহযোগ যদি এনেকৈয়ে আমি পাই থাকো তেন্তে আমাৰ এই যাত্ৰা কেতিয়াও থমকি ৰ'ব লগীয়া নহয়। আমাৰ এই প্ৰচেষ্টাক সকলোৱে মৰমেৰে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। লগতে কিবা ভুল হ'লে সেইয়া আঙুলিয়াই দি ভুলবোৰ শুধৰাবলৈ সুযোগ প্ৰদাণ কৰিব বুলি আশা কৰিলোঁ‌।  

   সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ‌ লগতে শাৰদীয় দুৰ্গা পুজাৰ শুভেচ্ছা জনালোঁ ।

About Jonack Assam E-magazine

  • Language: Assamese 
  • File size: 19 MB
  • Edition: 3rd ( October, 2022)
  • Screen Reader: Supported
  • Print length: 30 Pages
  • Advisor: Sanjay Robidas
  • Editor: J K Bharadwaj
  • Sub Editor: Prasanta Verma
  • Publisher: Jonack Assam
  • Price: Free 
Jonack Assam E- Magazine, Durga Puja Special - October, 2022 , Jonack Assam- জোনাক অসম E Magazine


Read Jonack Assam E-magazine  



Get Jonack Assam E-magazine 
E- MagazineCategoryLink
Jonack Assam- জোনাক অসমRead the Magazine Click here
Download the magazineClick here
 ❃ᴛʜᴀɴᴋ ʏᴏᴜ ғᴏʀ ʏᴏᴜʀ ʟᴏᴠᴇ ᴀɴᴅ sᴜᴘᴘᴏʀᴛ
~Team Jonack Assam

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now