নতুন বছৰৰ শুভেচ্ছা. Assamese Happy New Year Status. happy new year 2022 quotes in assamese. New Assamese happy new year 2022 status in Assamese,assamese new year wishes messages,happy new year wishes 2022 in assamese
১. তোমালৈ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা - Happy New Year 2022.
২. নতুন বছৰটিয়ে তোমাৰ জীৱনলৈ নতুন সফলতা কঢ়িয়াই আনে তাৰে কামনাৰে HAPPY NEW YEAR 2022.
৩. নতুন বৰ্ষ ২০২০ য়ে তোমাৰ জীৱনলৈ বহুত বহুত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনাৰে HAPPY NEW YEAR 2022.
৪. তোমালৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷ নতুন বছৰে কঢ়িয়াই আনক সুখ,শান্তি আৰু সমৃদ্ধিৰ বতৰা ৷ তাৰেই কামনাৰে HAPPY NEW YEAR 2022.
৫. আপোনালৈ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো – Wish you a very happy new year 2022.
৬. আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
৭. আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ আশা কৰো নতুন বছৰটিয়ে সকলোলৈকে কঢ়িয়াই আনক সুখ,শান্তি আৰু সু-স্বাস্থ্য গৰাকী ৷
৮. অনাগত দিনবোৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ ,শান্তি আনন্দৰ বতৰা ৷ তাৰে কামনাৰে আগতীয়াকৈ নববৰ্ষ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ HAPPY NEW YEAR 2022
৯. মোৰ ফালৰ পৰা সকলোকে নতুন বছৰ ও আহি থকা ভোগালী বিহুৰ অভিনন্দন জনাই তোমাৰ লগতে সপৰিয়ালকে মোৰ ঘৰলৈ আহিবলৈ নিমন্ত্ৰণী শৰাই আগবঢ়ালো
happy new year 2022 new year wish Whatsapp status
১০. আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমুহ সদস্যলৈ ইংৰাজী নববৰ্ষ ২০২২ চনৰ আগতীয়াকৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
১১. এটি এটি বছৰে আমাক অভিজ্ঞ কৰি গৈ আছে আৰু এইবোৰে আমাৰ স্মৃতিত বিলীণ হৈছে। 2021 এ শিকোৱা মানুহৰ পৰা দূৰত্বৰ ধাৰণাটো 2022 ত সলনি হৈ সুখ,শান্তি,সবৃদ্ধি,মিলাপ্ৰিতিৰে আৰম্ভ হওঁক
নিউ ইয়েৰৰ অশেষ শুভকামনা
হেপ্পী নিউ ইয়েৰ 2022
১২. এখন কিতাপ
১২ টা অধ্যায়
৩৬৫ টা পৃষ্ঠা
হৈ উঠক
Happy New Year 2022
১৩. নতুন বছৰৰ নতুন কিৰণ। এই কিৰণৰ প্ৰতিটো স্পৰ্শই জী তোলক আপোনাৰ জীৱন। তাৰেই কামনাৰে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলো
১৪. গৰকি অহা বছৰকেইটাৰ পোৱা-নোপোৱাৰ হিচাপটো একাষৰীয়া কৰি ন-উদ্দ্যমেৰে উপভোগ কৰক এই নৱবৰ্ষ। তাৰেই কামনাৰে শুভ নৱবৰ্ষ