Jonack Assam- জোনাক অসম E Magazine, Durga Puja Special- October, 2021

Jonack Assam- জোনাক অসম E Magazine

Jonack Assam- জোনাক অসম E Magazine, Durga Puja Special- October, 2021.

Jonack Assam- জোনাক অসম E Magazine  Jonack Assam- জোনাক অসম E Magazine, Durga Puja Special- October, 2021. Assamese Magazine- অসমীয়া আলোচনী


প্ৰথমে জোনাক অসমৰ সকলো শুভাকাংক্ষী, লেখক-লেখিকা, পঢ়ুৱৈ সমাজলৈ শাৰদীয় দুৰ্গা পুজাৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ সহায়- সহযোগিতাৰ বাবেই জোনাক অসমৰ তৰফৰ পৰা যি জোনাক অসম নামৰ আলোচনী প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেইয়া সম্ভৱ হৈ উঠিছে। আমৰ এই ক্ষুদ্ৰ প্ৰয়াসে কিমান দূৰ সফলতা লাভ কৰিব সেইটো নাজানো কিন্তু আপোনালোকৰ সহায়-সহযোগ যদি এনেকৈয়ে আমি পাই থাকো তেন্তে আমাৰ এই যাত্ৰা কেতিয়াও থমকি ৰ'ব লগীয়া নহয়। আমাৰ এই প্ৰচেষ্টাক সকলোৱে মৰমেৰে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। লগতে কিবা ভুল হ'লে সেইয়া আঙুলিয়াই দি ভুলবোৰ শুধৰাবলৈ সুযোগ প্ৰদাণ কৰিব বুলি আশা কৰিলোঁ‌। 

   সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ‌।
About Jonack Assam E-magazine

  • Language: Assamese 
  • File size: 19 MB
  • Edition: 1st
  • Screen Reader: Supported
  • Print length: 35 Pages
  • Advisor: Sanjay Robidas
  • Editor: J K Bharadwaj
  • Sub Editor: Prasanta Verma
  • Publisher: Jonack Assam
  • Price: Free 
    Jonack Assam- জোনাক অসম E Magazine, Durga Puja Special- October, 2021
Jonack Assam- জোনাক অসম E Magazine

Get Jonack Assam E-magazine 
E- MagazineCategoryLink
Jonack Assam- জোনাক অসম Read the Magazine Click here
Download the magazineClick here
 ❃ᴛʜᴀɴᴋ ʏᴏᴜ ғᴏʀ ʏᴏᴜʀ ʟᴏᴠᴇ ᴀɴᴅ sᴜᴘᴘᴏʀᴛ
~Team Jonack Assam

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now